অসম

assam

মাজুলীত নিশা আৰক্ষীৰ মাজত গুলিয়াগুলি

By

Published : Jan 1, 2020, 9:59 AM IST

Published : Jan 1, 2020, 9:59 AM IST

Updated : Jan 1, 2020, 2:48 PM IST

MAJULI
মাজুলী

09:50 January 01

দুই আৰক্ষী উপ পৰিদৰ্শকৰ মাজত সংঘটিত হয় গুলিয়াগুলিৰ ঘটনা

মাজুলীত দুই আৰক্ষী উপ পৰিদৰ্শকৰ মাজত গুলিয়াগুলি
  • মাজুলীত 31 ডিচেম্বৰৰ নিশা অঘটন 
  • জেংৰাইমুখ থানাত গুলিয়াগুলি
  • দুই আৰক্ষী বিষয়াৰ মাজত গুলিয়াগুলিৰ ঘটনা
  • উপ-পৰিদৰ্শক মুন বসুমতাৰীয়ে গুলিয়ালে সহকৰ্মী জয়দ্বীপ নাথক
  • জয়দ্বীপ নাথ জেংৰাইমুখ থানাৰ উপ-পৰিদৰ্শক
  • নিশা ৯.৪০ বজাত সংঘটিত এই ঘটনা
  • গুৰুতৰভাৱে আহত হৈছে উপ-পৰিদৰ্শক জয়দ্বীপ নাথ
  • যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন জয়দ্বীপ নাথ
  • সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা মাজুলী আৰক্ষীৰ
  • উপ-পৰিদৰ্শক মুন বসুমতাৰী আত্মগোপন কৰিছে
  • ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মাজুলীত
Last Updated : Jan 1, 2020, 2:48 PM IST

ABOUT THE AUTHOR

...view details