অসম

assam

ঘন কুঁৱলী বাবে ব্ৰহ্মপুত্ৰ মাজত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী

By

Published : Oct 1, 2020, 9:14 AM IST

Updated : Oct 1, 2020, 2:36 PM IST

ferry blocked at brahmaputra
ঘন কুঁৱলী বাবে ব্ৰহ্মপুত্ৰ মাজত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী

09:00 October 01

ঘন কুঁৱলী বাবে ব্ৰহ্মপুত্ৰ মাজত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী

ঘন কুঁৱলী বাবে ব্ৰহ্মপুত্ৰ মাজত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী

মাজুলী,1অক্টোবৰঃ ঘন কুঁৱলী বাবে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ যাত্ৰী ভৰ্তি ফেৰী ৷ মাজুলীৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি ঘাটলৈ গৈ আছিল ফেৰী খন ৷ পুৱা 7.30 মিনিটত যাত্ৰা কৰিছিল যাত্ৰী ভৰ্তি ফেৰীখনে ৷ প্ৰায় ১৫০ গৰাকী যাত্ৰীৰ লগতে তিনিখন গাড়ী আৰু ৫০ খনৰো অধিক দুচকীয়া বাহন আছে ফেৰীখনত আছে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়কঃ হাথৰছ কাণ্ডৰ প্ৰতিবাদত ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ মৌন সমদল

Last Updated : Oct 1, 2020, 2:36 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details