অসম

assam

By

Published : Jun 3, 2020, 5:34 PM IST

ETV Bharat / state

মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক কোভিড-19 চিকিৎসালয়লৈ উন্নীত

লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক কোভিড-19 চিকিৎসালয়লৈ উন্নীত কৰা হৈছে ৷

মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক কোভিড-19 চিকিৎসালয়লৈ উন্নীত
মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক কোভিড-19 চিকিৎসালয়লৈ উন্নীত

লখিমপুৰ, 3 জুন : নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনক কোভিদ চিকিৎসালয়লৈ উন্নীত কৰা হৈছে । লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত ইতিমধ্যে চিকিৎসালয়খনত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে ।

মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক কোভিড-19 চিকিৎসালয়লৈ উন্নীত

৫০ গৰাকী Covid-19 প'জিটিভ ৰোগী ৰাখিব পৰাকৈ ব্যৱস্থা কৰা হৈছে চিকিৎসালয়খনত । চিকিৎসালয়খনৰ ওপৰৰ মহলাত পৃথক কৈ Covid-19 ৰোগীসকলৰ বাবে ব্যৱস্থা কৰা হৈছে । যাতে ইয়াৰ পৰা নিয়মীয়া সাধাৰণ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহয় । চিকিৎসালয়খনত Covid-19 প'জিটিভ ৰোগীৰ সমান্তৰালকৈ নিয়মীয়া সাধাৰণ ৰোগীসকলৰো চিকিৎসা চলি থাকিব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ।

লগতে চাওকঃ শ্ৰমিকক ১০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ আহ্বান মমতা বেনাৰ্জীৰ

ABOUT THE AUTHOR

...view details