অসম

assam

ETV Bharat / state

ঢোল, পেঁপা, গগনাৰ শব্দত উখল মাখল ঢকুৱাখনা

ৰাজ্যৰ চুক-কোণৰ লগতে লখিমপুৰৰ ঢকুৱাখনাতো দেখা গ'ল ৰঙালী বিহুৰ ব্যাপক উচাহ । ডেকা-গাভৰুৰ বিহুৰ সুৰত মুখৰিত হৈ উঠিল সমগ্ৰ অঞ্চল ।

etv bharat

By

Published : Apr 14, 2019, 3:21 PM IST

ঢকুৱাখনা, 14 এপ্ৰিলঃ এতিয়া ৰাজ্যৰ চৌদিশে মাথো ৰঙালীৰ উচাহ । ঢোল, টকা,পেঁপা আৰু গগনাৰ মাতত মুখৰিত পৰিৱেশ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙালীক আদৰিবলৈ পিছপৰি ৰোৱা নাই ঢকুৱাখনাবাসী । ঢকুৱাখনা টিম জালভাৰীৰ উদ্যোগত ওলাই আহিল উজনিৰ জালভাৰীৰ ডেকা-গাভৰু আৰু চেমনীয়া সকল । ঢোলৰ চেৱত, বিহু গীতৰ সুৰত ডেকা-গাভৰু সকলোৱে আদৰণি জনালে হেঁপাহৰ বিহুটিক ।

ঢোল, পেঁপা, গগনাৰ শব্দত উখল মাখল ঢকুৱাখানা

ABOUT THE AUTHOR

...view details