অসম

assam

ETV Bharat / state

বড়ো সাহিত্য়িক প্ৰমোদ চন্দ্ৰ ব্ৰক্ষ্মৰ জীৱন ভিত্তিক আলোচনাচক্ৰ

বৰফাৱনাই ডহৰ নামৰ এখন কবিতাৰ গ্ৰন্থৰ উন্মোচন

KOKRAJHAR

By

Published : Feb 9, 2019, 10:56 PM IST


কোকৰাঝাৰ , ৯ ফেব্ৰুৱাৰী : বড়ো সাহিত্যিক প্ৰমোদ চন্দ্ৰ ব্ৰক্ষ্মৰ জীৱন ভিত্তিক আলোচনাচক্ৰ । কোকৰাঝাৰৰ ইউ এন অকাডেমীত শনিবাৰে আয়োজন কৰা হয় আলোচনাচক্ৰখনৰ ।

প্ৰমোদ চন্দ্ৰ ব্ৰক্ষ্মৰ জীৱন ভিত্তিক আলোচনাচক্ৰ

নেশ্বনেল ইন্সটিটিউট অৱ বড়োল'জিৰ দ্বাৰা আয়োজিত আলোচনাচক্ৰখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে সাহিত্যিক গৰাকীৰ পুত্ৰ ড০ প্ৰবীৰ কুমাৰ ব্ৰক্ষ্মই ।বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰক্ষ্ম , প্ৰাক্তন ৰাজ্য সভা সাংসদ উৰ্খাও গৌড়া ব্ৰক্ষ্ম , কোকৰাঝাৰ মহাবিদ্য়ালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰাথ নাৰ্জাৰীয়ে আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত বৰফাৱনাই ডহৰ নামৰ এখন কবিতাৰ গ্ৰন্থও উন্মোচন কৰা হয় ।

ABOUT THE AUTHOR

...view details