কোকৰাঝাৰ, 8 এপ্ৰিলঃ কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ খয়াৰঘুটুত সোমবাৰে প্ৰায় দহ ফুট দৈঘ্যৰ এটা অজগৰ উদ্ধাৰ হয় ৷ গোসাঁইগাঁও মহকুমাৰ দুই নম্বৰ খয়াৰঘুটু গাঁৱত খয়াৰঘুটু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীয়ে অজগৰটো প্ৰত্যক্ষ কৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
গোসাঁইগাঁৱত অজগৰ উদ্ধাৰ
কোকৰাঝাৰৰ গোসাঁইগাঁও খয়াৰঘুটুত প্ৰায় দহ ফুট দৈঘ্যৰ এটা অজগৰ উদ্ধাৰ হয় ৷ খয়াৰঘুটু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অজগৰটো প্ৰত্যক্ষ কৰাৰ পাছত গাঁৱৰ ৰাইজে অজগৰটো উদ্ধাৰ কৰে ৷
PYTHONFOUND AT GOSAIGAON
অজগৰটো দেখাৰ কৰাৰ পাছতে গাঁৱৰ ৰাইজ আহি অজগৰটো উদ্ধাৰ কৰে ৷ পাছত বন বিভাগৰ লোকক চমজাই দিয়ে বিশাল আকাৰৰ অজগৰটো ৷