অসম

assam

By

Published : Nov 3, 2022, 1:46 PM IST

Updated : Nov 3, 2022, 10:47 PM IST

ETV Bharat / state

Student injured by teacher beating: কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

শিক্ষয়িত্ৰীৰ প্ৰহাৰত গুৰুত্বভাৱে আহত এটি কণমানি ছাত্ৰ (Teacher beating Student) ৷ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে কণমানি ছাত্ৰটিৰ অভিভাৱকে ৷ কৰিমগঞ্জৰ ৩৫৫ নং বাৰোপুঞ্জি প্ৰাথমিক স্কুলত সংঘটিত হৈছে এই ঘটনা ৷

Student injured by teacher beating in Karimganj
কণমানি ছাত্ৰ প্ৰহাৰ কৰাক লৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

  • শিক্ষয়িত্ৰীৰ প্ৰহাৰত গুৰুত্বভাৱে আহত এটি কণমানি ছাত্ৰ (Teacher beating Student)
  • শিক্ষয়িত্ৰীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে কণমানিটিৰ অভিভাৱকে
  • কৰিমগঞ্জৰ ৩৫৫ নং বাৰোপুঞ্জি প্ৰাথমিক স্কুলত সংঘটিত হৈছে এই ঘটনা
    কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু
  • শিক্ষয়িত্ৰী শীলা গোস্বামীৰ বিৰুদ্ধে কণমানিটিক প্ৰহাৰ কৰাৰ অভিযোগ
  • কণমানিটিৰ পিতৃয়ে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে নিলাম বজাৰ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ
Last Updated : Nov 3, 2022, 10:47 PM IST

ABOUT THE AUTHOR

...view details