অসম

assam

By

Published : Nov 2, 2019, 10:59 PM IST

ETV Bharat / state

কৰিমগঞ্জত পিষ্টলসহ আটক দুজন

অভিযানত জব্দ ইংলেণ্ডত নিৰ্মিত পিষ্টলসহ ১১ জাই গুলী আৰু বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট । লগতে সেনা আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক

কৰিমগঞ্জত পিষ্টলসহ আটক দুজন

কৰিমগঞ্জ, 2 নৱেম্বৰঃকৰিমগঞ্জত সেনা আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ ইংলেণ্ডত নিৰ্মিত পিষ্টলসহ ১১ জাই গুলী আৰু বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট । লগতে সেনা আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক । আটকাধীন ব্যক্তি দুগৰাকীৰ নাম জনৈক বাহাৰ উদ্দিন আৰু মতলুব আহমদে ৷

কৰিমগঞ্জত পিষ্টলসহ আটক দুজন


উল্লেখ্য যে, নিলামবজাৰৰ আব্দুল্লাপুৰ গাঁৱৰ জনৈক ৰেজোৱানুল কৰিমৰ ঘৰৰ পৰাই উদ্ধাৰ হয় আপত্তিজনক সামগ্ৰীখিনি । আনহাতে, আটক কৰা ব্যক্তি দুজন নিচা জাতীয় টেবলেট আৰু অবৈধ মাৰাণাস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details