অসম

assam

By

Published : Jun 8, 2019, 10:36 AM IST

ETV Bharat / state

স্বচ্ছ ভাৰতৰ নামত অস্বচ্ছ কাৰবাৰ

কিন্তু স্বচ্ছ ভাৰত অভিযানৰ নামত লক্ষ লক্ষ টকা ব্যয় কৰাৰ পাছতে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ৰ সন্মুখতে সৃষ্টি হৈছে কদৰ্যময় পৰিৱেশৰ ৷ চকুমুদা কুলিৰ ভাও কৰিমগঞ্জৰ পৌৰ সভাৰ লগতে প্ৰশাসনৰ ।

সচ্ছ ভাৰত অভিযানৰ নামত লক্ষ লক্ষ টকা লুট

কৰিমগঞ্জ, ৮ জুনঃ কৰিমগঞ্জৰ নিলামবজাৰৰ কদৰ্যময় পৰিৱেশে অতিষ্ঠ কৰিছে স্থানীয় ৰাইজক । স্বচ্ছ ভাৰত অভিযানৰ নামত লক্ষ লক্ষ টকা লুট একাংশ ঠিকাদাৰ বিষয়া-কৰ্মচাৰীৰ ।

সচ্ছ ভাৰত অভিযানৰ নামত লক্ষ লক্ষ টকা লুট

দীৰ্ঘদিন ধৰি কৰিমগঞ্জৰ উপায়ুক্তৰ কাৰ্যালয় সন্মুখত বিৰাজ কৰিছে দুৰ্গন্ধময় পৰিৱেশে । কিন্তু স্বচ্ছ ভাৰত অভিযানৰ নামত লক্ষ লক্ষ টকা ব্যয় কৰাৰ পাছতে গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়ৰ সন্মুখতে সৃষ্টি হৈছে কদৰ্যময় পৰিৱেশৰ ৷ চকুমুদা কুলিৰ ভাও কৰিমগঞ্জৰ পৌৰ সভাৰ লগতে প্ৰশাসনৰ ।

লগতে আন এটি বাতৰি- নগাঁৱত প্ৰহসনলৈ পৰিণত বিশুদ্ধ পানী যোগান আঁচনি

ABOUT THE AUTHOR

...view details