ডিফু, 1 জানুৱাৰীঃ কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত বুধবাৰে মাঞ্জাত এখনি সভা অনুষ্ঠিত কৰা হয় ৷ বাপুৰাম ৰংপিৰ পৌৰোহিত্যত মাঞ্জা লংনিট ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক আৰু কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই উক্ত সভাত অংশগ্ৰহণ কৰে ৷ সভাত ট্ৰাকচালক সকলৰ পূৰ্বৰ দৰমহা 6000ৰ পৰা 7500 টকালৈ বৃদ্ধি কৰা হয় ৷
কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধি
বাপুৰাম ৰংপিৰ পৌৰোহিত্যত মাঞ্জা লংনিট ট্ৰাক মালিক সন্থাৰ সভাপতি সম্পাদক আৰু কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই উক্ত সভাত অংশগ্ৰহণ কৰে ৷ সভাত ট্ৰাকচালক সকলৰ পূৰ্বৰ দৰমহা 6000ৰ পৰা 7500 টকালৈ বৃদ্ধি কৰা হয় ৷
কাৰ্বি আংলং ট্ৰাকচালক সকলৰ দৰমহা বৃদ্ধি
আনহাতে জলপানি মাচুল পূৰ্বৰ স্থিতিতেই থাকিব বুলি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ প্ৰস্তাৱিত বৰ্ধিত দৰমহা ১ জানুৱাৰী ২০২০ চনৰ প্ৰযোজ্য কৰা হ’ব ৷ উক্ত সভাত কাৰ্বি আংলং মটৰ শ্ৰমিক চালক আৰু চালক সন্থাৰ সভাপতি কৃষ্ণ ভট্টৰায়, কিয়ন তিমুঙ, অজিত বক্ত আৰু অনান্য সকল উপস্থিত থাকে ৷
আৰু পঢ়ক-107তম জন্মবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহক