অসম

assam

By

Published : Jun 18, 2019, 12:43 PM IST

ETV Bharat / state

আউনী আটী সত্ৰৰ গোৱিন্দ উদ্যানত নেমু টেঙাৰ উজান

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনী আটী সত্ৰৰ গোৱিন্দ উদ্যানত নেমু টেঙাৰ উজান ৷ উত্তৰ গুৱাহাটীৰ লগতে কামৰূপৰ বিভিন্ন প্ৰান্তলৈ সৰৱৰাহ সত্ৰৰ নেমু ৷

আউনী আটী সত্ৰৰ গোৱিন্দ উদ্যানত নেমু টেঙাৰ উজান

  • ৰাজ্যত এতিয়া উৎকট গৰম
  • ৰ'দৰ খাওঁ খাওঁ মূৰ্তি
  • প্ৰখৰ ৰ'দৰ বাবে ঘৰৰ বাহিৰ ওলাৱ নোৱাৰা অৱস্থা
  • চাহিদা বাঢ়িছে শীতল পানীয়ৰ
  • লগতে চাহিদা বাঢ়িছে নেমু টেঙাৰো
  • উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনী আটী সত্ৰৰ গোৱিন্দ উদ্যানত নেমু টেঙাৰ উজান
  • গোৱিন্দ উদ্যানত নেমুৰ দ'ম
  • নিতৌ বিক্ৰী হাজাৰ হাজাৰ নেমু টেঙা
  • উত্তৰ গুৱাহাটীৰ লগতে কামৰূপৰ বিভিন্ন প্ৰান্তলৈ সৰৱৰাহ সত্ৰৰ নেমু
  • সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে আৰম্ভ কৰা গোৱিন্দ উদ্যানৰ ইতিবাচক ফল
    আউনী আটী সত্ৰৰ গোৱিন্দ উদ্যানত নেমু টেঙাৰ উজান

ABOUT THE AUTHOR

...view details