অসম

assam

কৰ’ণা ভাইৰাছ: সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ

By

Published : Mar 21, 2020, 5:57 PM IST

কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত কামৰূপ জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়ত দেখা গ’ল বিশেষ তৎপৰতা ৷ কাৰ্যালয়লৈ অহা প্ৰতিজন লোকে মাস্ক পৰিধান কৰাৰ লগতে হাত ধুৱাটো বাঞ্চনীয় ৷

Kamrup district transport department takes precaution for COVID 19
কৰ’ণা ভাইৰাছ আতংকঃসতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ

কামৰূপ,21 মাৰ্চঃকৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ ৷ কামৰূপ জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়ত দেখা গ’ল বিশেষ তৎপৰতা ৷ কাৰ্যালয়লৈ অহা প্ৰতিজন লোকে মাস্ক পৰিধান কৰাৰ লগতে হাত ধুৱাটো বাঞ্চনীয় ৷ আনহাতে, আগন্তুক 31 মাৰ্চলৈ ড্ৰাইভিং লাইচেঞ্চলৰ কাম কাজ বন্ধ ৰাখিছে কামৰূপ জিলা পৰিৱহণ বিভাগে ৷ ইয়াৰ উপৰিও যত্ৰীবাহী বাহনসমূহ পৰিষ্কাৰ-পৰিছন্ন কৰি ৰখাৰ লগতে বাহন সমূহে চেনিটাইজাৰ,সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই সেইয়া পৰ্যবেক্ষণ কৰিছে পৰিৱহণ বিষয়াৰ দলে ৷ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ নকৰা বাহনৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ’ব বিহিত ব্যৱস্থা ৷

কৰ’ণা ভাইৰাছ আতংকঃসতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ

ABOUT THE AUTHOR

...view details