অসম

assam

ETV Bharat / state

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ সকলো ফেৰী সেৱা বন্ধ

বিপদ সীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এই সিদ্ধান্ত

By

Published : Jul 12, 2019, 10:27 AM IST

বন্ধ ফেৰী সেৱা

  • আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ সকলো ফেৰী সেৱা
  • আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা
  • বিপদ সীমাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত এই সিদ্ধান্ত
  • জলপৃষ্ঠ হ্ৰাস নোহোৱালৈকে বাহাল থাকিব এই নিৰ্দেশনা
  • ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীৰ মাজত যাতায়তৰ বাবে হাহাকাৰ
  • ব্যৱস্থা কৰা হৈছে অতিৰিক্ত পৰিবহণ নিগমৰ বাছসেৱা
    বন্ধ ফেৰী সেৱা

ABOUT THE AUTHOR

...view details