অসম

assam

ETV Bharat / state

ফেনীৰ বাবে গুৱাহাটীৰ পৰা বাতিল হ'ল বিমান

গুৱাহাটীৰ পৰা ওড়িশাৰ ভূৱনেশ্বৰলৈ উৰা মাৰিব লগা Indigoৰ 6E0731 নম্বৰৰ বিমানখন বাতিল কৰা হয় ঘূৰ্ণীবতাহ ফেনীৰ বাবে ৷

ফেনীৰ বাবে গুৱাহাটীৰ পৰা বাতিল হ'ল বিমান

By

Published : May 3, 2019, 1:36 PM IST


গুৱাহাটী,3 মেঃ পুৰীত ইতিমধ্যে প্ৰৱেশ ঘটিছে শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ ফেনীৰ। অসমৰ পৰা 3 খনকৈ ৰেল বাতিল কৰাৰ পাচত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰৰ পৰা বাতিল হ'ল বিমান ।

ফেনীৰ বাবে গুৱাহাটীৰ পৰা বাতিল হ'ল বিমান

গুৱাহাটীৰ পৰা ওড়িশাৰ ভূৱনেশ্বৰলৈ উৰা মাৰিব লগা Indigoৰ 6E0731 নম্বৰৰ বিমানখন বাতিল কৰা হয় ঘূৰ্ণীবতাহ ফেনীৰ বাবে ৷

ABOUT THE AUTHOR

...view details