অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য

ঘোষণা কৰা 251 কোটি টকা ইতিমধ্যে ৰাজ্যৰ ৰাজকোষত জমা হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰে সংবাদ মাধ্যমক ৷

কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য

By

Published : Jul 16, 2019, 7:49 PM IST

  • বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ সংবাদমেল
  • অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য ঘোষণা
  • নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষ হিচাপে লৈ এখন কমিতি গঠন কৰিবলৈ নিৰ্দেশ
  • এই কমিতিখনে ৰাজ্যৰ বানত হোৱা ক্ষয় ক্ষতিৰ সকলো তথ্য সংগ্ৰহ কৰি এক প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰক
  • ঘোষণা কৰা 251 কোটি টকা ইতিমধ্যে ৰাজ্যৰ ৰাজকোষত জমা হোৱা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱগত কৰে সংবাদ মাধ্যমক
  • লগতে কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায়
    কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰলৈ 251.5 কোটি সাহাৰ্য

ABOUT THE AUTHOR

...view details