বাইহাটা,19 অক্টোবৰ :বাইহাটা চাৰিআলিত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ । বাইহাটা চাৰিআলিৰ পিয়লিখাটা গাৱৰ জামে মছজিদৰ পুখুৰি পাৰত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দুস্প্ৰাপ্য কাছটি । স্থানীয় ৰাইজে দুস্প্ৰাপ্য কাছটি উদ্ধাৰ কৰি ওচৰৰে দেউদুৱাৰস্থিত ঐতিহাসিক গোপেশ্বৰ দেৱালয়ৰ পুখুৰীত এৰি দিয়ে । মছজিদৰ পুখুৰীত উদ্ধাৰ হোৱা দুস্প্ৰাপ্য কাছটি দেৱালয়ৰ পুখুৰীত এৰি দিয়া কাৰ্য্যই হিন্দু মুছলমানৰ সম্প্ৰীতিৰ চিন বুলি কব খোজে স্থানীয় ৰাইজে ।
বাইহাটা চাৰিআলিত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ - গোপেশ্বৰ দেৱালয়ৰ
বাইহাটা চাৰিআলিৰ পিয়লিখাটাত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ ৷ স্থানীয় ৰাইজে দুস্প্ৰাপ্য কাছটি উদ্ধাৰ কৰি ঐতিহাসিক গোপেশ্বৰ দেৱালয়ৰ পুখুৰীত এৰি দিয়ে |

বাইহাটা চাৰিআলিত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ
বাইহাটা চাৰিআলিত উদ্ধাৰ এটি দুস্প্ৰাপ্য কাছ
লগতে পঢ়ক:ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ