অসম

assam

ETV Bharat / state

বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ঘৰৰ বাল্ব লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ প্ৰথম অৱস্থাত গুৰুতৰভাৱে আহত হয় ৰাতুল বড়ো নামৰ যুৱকজন। ঘটনা সংঘটিত হোৱাৰ পাছত যুৱকজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়

By

Published : May 17, 2019, 10:55 PM IST

বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

কামৰূপ,17মে': বকো টাংগাবাৰীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু ৷ ঘৰৰ বাল্ব লগাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ প্ৰথম অৱস্থাত গুৰুতৰ ভাৱে আহত হয় ৰাতুল বড়ো নামৰ যুৱকজন। ঘটনা সংঘটিত হোৱাৰ পাছত যুৱকজনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় । চিকিৎসকে যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী জিএমচিএইছ লৈ প্ৰেৰণ কৰে। কিন্তু বৃহস্পতিবাৰে নিশা বিদ্যুৎস্পৃষ্ট ৰাতুল বড়োক মৃত ঘোষণা কৰে চিকিৎসকে ৷

বকোত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ABOUT THE AUTHOR

...view details