অসম

assam

ETV Bharat / state

কমলপুৰৰ ৰক্তিমৰ সফলতা - হাইস্কুল শিক্ষান্ত পৰীক্ষা

ভৱিষ্যতে অভিযন্তা হোৱাৰ আশা ৰক্তিমৰ । ৰক্তিমৰ আশা পূৰাবলৈ সদাশয় লোকৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে ৰক্তিমৰ লগতে পৰিয়ালটোৱে ।

সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা কেতিয়াও বাধা হব নোৱাৰে

By

Published : May 18, 2019, 11:08 PM IST

কামৰূপ, ১৮ মেঃ শিক্ষা অথবা সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্য কেতিয়াও বাধা হ'ব নোৱাৰে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ইয়াকে পুনৰ প্ৰমাণ কৰি উজ্বলি উঠিল কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী আঠাৰাৰ ৰক্তিম জ্যোতি কলিতা ।

সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা কেতিয়াও বাধা হব নোৱাৰে

অতি দুখীয়া পৰিয়ালৰ সন্তান ৰক্তিমে পুঠিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভৱিষ্যতে অভিযন্তা হোৱাৰ আশা ৰক্তিমৰ । ৰক্তিমৰ আশা পূৰাবলৈ সদাশয় ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰিছে ৰক্তিমৰ লগতে পৰিয়ালটোৱে ।

লগতে আন এটা বাতৰি - পুত্ৰৰ জীৱন ৰক্ষাৰ হেতু ৰাইজৰ ওচৰত সহায় ভিক্ষা

ABOUT THE AUTHOR

...view details