অসম

assam

By

Published : Sep 2, 2019, 11:06 PM IST

ETV Bharat / state

কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

নিশা বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷

কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

আমিনগাঁও, 2 ছেপ্তেম্বৰ :

  • কামৰূপৰ আমিনগাঁৱত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা
  • বন বিভাগৰ প্ৰত্যক্ষ হস্তক্ষেপত উত্তৰ কামৰূপৰ প্ৰান্তে প্ৰান্তে চোৰাং কাঠৰ ছিণ্ডিকেট
  • বৃহৎ ট্ৰেইলাৰ-কন্টেইনাৰত সৰবৰাহ হয় কোটি কোটি টকা মূল্যৰ চোৰাং কাঠ
    কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা
  • বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি অসাধু চক্ৰই চলাইছে চোৰাং কাঠৰ ক'লা বেহা
  • দেওবাৰে নিশা বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
  • ট্ৰাকখনত কঢ়িয়াই আনিছিল প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ চেগুন কাঠ
  • জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ RJ-10-GB-1833

ABOUT THE AUTHOR

...view details