অসম

assam

ETV Bharat / state

অসম ৰাজ্যিক চিৰিয়াখানালৈ কানপুৰৰ নতুন আলহি

বহুদিনৰ অন্তত পুনৰ ভৰি পৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ খালি হৈ থকা বহু কেইটা গৰাল ৷ কানপুৰ চিৰিয়াখানাৰ পৰা অনা বিভিন্ন প্ৰজাতিৰ কেইবাটাও জীৱ-জন্তুৱে শুৱনি কৰিছে দীৰ্ঘদিন ধৰি খালি হৈ পৰি থকা চিৰিয়াখানাৰ গৰাল কেইটা ৷

অসম ৰাজ্যিক চিৰিয়াখানলৈ কানপুৰৰ নতুন আলহি

By

Published : Mar 19, 2019, 2:38 AM IST

গুৱাৰহাটী, ১৯ মাৰ্চঃজীৱ-জন্তু বিনিময় ব্যৱস্থাৰ মাধ্যমেৰে দুয়োখন চিৰিয়াখানাৰ মাজত সম্পন্ন হয় এই আদান-প্ৰদান প্ৰক্ৰিয়া ৷

অসম ৰাজ্যিক চিৰিয়াখানলৈ কানপুৰৰ নতুন আলহি

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা প্ৰেৰণ কৰা ফ'ৰহৰ্ন এণ্টিলোপ, চাংগাই হৰিন আৰু পেলিকানৰ বিনিময়ত চিৰিয়াখানলৈ আহিল 4 টা ঘৰিয়াল, 2 টা ইমু, 20 টা ককাতিল, অষ্টিক, কমন লেংগুৰ আৰু ম'ৰা চৰাই ৷

অসম ৰাজ্যিক চিৰিয়াখানলৈ কানপুৰৰ নতুন আলহি

অসম ৰাজ্যিক চিৰিয়াখানলৈ অহা এই নতুন আলহিক দৰ্শন কৰিবলৈ এতিয়া ভিৰ বাঢ়িহে দৰ্শনাৰ্থীৰ ৷ বহুদিন ধৰি উকা হৈ থকা চিৰিয়াখানৰ গৰাল কেইটা ভৰি পৰাত এতিয়া যেন নতুন ৰূপত প্ৰাণ পাই উঠিছে অসম ৰাজ্যিক চিৰিয়াখানা ৷

অসম ৰাজ্যিক চিৰিয়াখানলৈ কানপুৰৰ নতুন আলহি

ABOUT THE AUTHOR

...view details