আজাৰা, 22 মে’: বৃহস্পতিবাৰে নিৰ্বাচনী ফলাফলৰ দিনাও বতৰে দিব পাৰে বিধি-পঠালি । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
নিৰ্বাচনী ফলাফলৰ উচাহ সেমেকাব পাৰে বতৰে - অসম
অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বৰষুণৰ লগতে ঘন্টাত 40ৰ পৰা 50 কিমি বেগেৰে বলিব বতাহ । অৱশ্যে এই বতৰে বিশেষ ক্ষতি নকৰে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে ৷
নিৰ্বাচনী ফলাফলৰ উচাহ সেমেকাব পাৰে বতৰে
লগতে পঢ়ক: অৰুণাচলৰ ঘন অৰণ্যত সেনাৰ অভিযানঃ লক্ষ্য NSCN(IM)
বৰষুণৰ লগতে ঘন্টাত 40ৰ পৰা 50 কিমি বেগেৰে বলিব বতাহ । অৱশ্যে এই বতৰে বিশেষ ক্ষতি নকৰে বুলি সদৰী কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে ৷