চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !
চীনৰ সেনাই দক্ষিণ চীন সাগৰত দুটা মিছাইলৰ পৰীক্ষণ কৰে ৷ য‘ত এটা কেৰিয়াৰ মিছাইলো অন্তৰ্ভুক্ত আছিল ৷ সেনা বিশেষজ্ঞৰ মতে, এয়া আমেৰিকাৰ ওপৰত আক্ৰমণৰ বাবে বিকশিত কৰাও হ‘ব পাৰে ৷ এখন বাতৰি কাকতত প্ৰকাশিত খবৰত এই তথ্য সদৰি কৰা হয় ৷
ৰাহুল গান্ধীৰ স্থান আন কোনো লোকে ল'ব নোৱাৰে: ৰিপুন বৰা
কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক লৈ বিকৰ্তৰ সৃষ্টি হৈ থকাৰ সময়তে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই বুধবাৰে ইটিভি ভাৰতৰ সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, কেৱল ৰাহুল গান্ধীয়েই কংগ্ৰেছ দলক নেতৃত্ব প্ৰদান কৰিব পাৰিব ৷
লামডিং কোৱাৰেণ্টাইন কেন্দ্ৰত কদৰ্যময় পৰিৱেশ
ৰাজ্য চৰকাৰে কৰ’ণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে ৷ কোৱাৰেণ্টাইন কেন্দ্ৰ সাজি দিয়াৰ পৰা আৰম্ভ কৰি কৰ’ণাত আক্ৰান্ত ৰোগীৰ খাদ্য যোগানলৈকে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কিন্তু ভিন্ন সময়ত এই কেন্দ্ৰ অথবা খাদ্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷
অন্ধবিশ্বাস: কলগাছিয়াৰ এগৰাকী মহিলাৰ গাত তিনিটাকৈ ভূত
গৰাখহনীয়াত উটি যোৱাৰ উপক্ৰম হৈছে এটা ঘৰ ৷ ইতিমধ্যে ঘৰটোৰ প্ৰায় 60 শতাংশ জাহ গৈছে খহনীয়াত ৷ কিন্তু খহনীয়াত জাহ যোৱাৰ পাচতো সেই ঘৰটোৰ ভিতৰতে অহৰহ আৰাধনাত ব্যস্ত এগৰাকী আকোৰগোজ মহিলা ৷ তেওঁৰ দাবী তেওঁৰ গাত লম্ভিছে তিনিটাকৈ ভূত ৷
9 দিনীয়া লক্ ডাউনত স্তব্ধ বৰাক উপত্যকা ৷ বৰাকৰ আন দুখন জিলাৰ লগতে হাইলাকান্দি জিলাতো লক্ ডাউনৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷