কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ
জিলা উপায়ুক্তগৰাকীৰ দেহত নাছিল কৰ'ণাৰ কোনো লক্ষণইফালে ক'ভিডৰ এই সংকটৰ সময়চোৱাত সন্মূখৰ পৰা যুজ দি আছিল জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেদিনে নিশাই নিজৰ কৰ্তব্যত ব্যস্ত আছিল উপায়ুক্তগৰাকী
প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ
সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ চৌহদ ৷ বিগত 19 আগষ্টত বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱানন্তপুৰম বিমানকোঠ ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷
ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক মালিক
গোলাঘাটৰ এৰেঙাপাৰত 21 আগষ্টত এজন বৃদ্ধ ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰে এখন দোকান গৃহৰ গৰাকীয়ে । হাতত ৰড লৈ দোকানত প্ৰৱেশ কৰি দোকানৰ চাটাৰ বন্ধ কৰিবলৈ দি দোকান গৃহৰ মালিকসহ তিনিজনে প্ৰহাৰ কৰে বৃদ্ধ ব্যৱসায়ীজনক
বৰ্তমানেও সংজ্ঞাহীন অৱস্থাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী
সোমবাৰেও একে অৱস্থাত আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ স্বাস্থ্য ৷ পূৰ্বৰ দৰে সোমবাৰেও ৰাষ্ট্ৰপতি গৰাকী সংজ্ঞাহীন হৈ থকা বুলি সদৰি কৰে Army's Research and Referral হাস্পতাল কৰ্তৃপক্ষই ৷
ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা
কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত নেতা সকলৰ পৰস্পৰৰ মাজত সংঘাত পোহৰলৈ আহিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈঠকত অভিযোগ উত্থাপন কৰে যে, ' যিসকলে এতিয়া চিঠি লিখিছে সেইসকল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিলি আছে ৷ '