Rajya Sabha election: কংগ্ৰেছে সংগ্ৰহ কৰিলে মনোনয়ন, জাৰি কৰিব থ্ৰি লাইন হুইপ
সমাগত ৰাজ্যসভা নিৰ্বাচনকলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দলসমূহ(Political parties are gearing up for upcoming Rajya Sabha elections) ৷ সাজু হৈছে কংগ্ৰেছ দলো ৷ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব নে নাই তাক লৈ চলিছে ব্যাপক চৰ্চা ৷
Assam Budget 2022: শিক্ষা খণ্ডৰ বাবে ২০ হাজাৰ কোটি টকা ধাৰ্য
বাজেটত শিক্ষা খণ্ডৰ বাবে ধাৰ্য কৰা পুঁজিক লৈ সন্তুষ্টি প্ৰকাশ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu expresses satisfaction over budget set on education sector) । এই পুঁজি বিশেষকৈ ছাত্র-ছাত্রীসকলৰ বাবে আশাব্যঞ্জক বুলি সদৰি কৰি তেওঁ কয় যে, প্ৰজ্ঞান ভাৰতী আঁচনিত বহু ব্যৱস্থাপনা ৰখা হৈছে ।
বৰপেটা সত্ৰত দৌল মহোৎসৱ: আজিৰে পৰা ভৰ দৌল
বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজিৰে পৰা আৰম্ভ ভৰ দৌল(Barpeta Satra Bhor Deul) ৷ সত্ৰৰ বুঢ়াসত্ৰীয়াৰ অসুস্থতাৰ বাবে ডেকাসত্ৰীয়াই ফাকুগুৰি ছটিয়াই গোসাঁইক জনালে সেৱা ৷
বহাগত অসমলৈ আহিব মোদী
বিহুৰ বতৰতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi to visit Assam)। তেজপুৰৰ সমীপৰ বিহগুৰিত নিৰ্মাণ হৈ থকা কেঞ্চাৰ হাস্পতাল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
অসম বাজেট 2022-23 ক জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা অগপৰ
‘‘মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বুধবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উপস্থাপন কৰা অসম বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে । বাজেটে বহন কৰিছে মুখ্যমন্ত্রীৰ দূৰদৰ্শিতা আৰু কেতবোৰ জনকল্যাণমুখী নীতি ।’’ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷