Assam Lok Sabha MPs in Parliament : কোন কিমান সক্ৰিয়, কোন নিমাতী কইনা ?
ৰাজধানী দিল্লীত বহা সংসদ(Parliament)ত সপ্তদশ লোকসভালৈ নিৰ্বাচিত হোৱা অসমৰ 14 গৰাকী সাংসদে(MP) যথাযতভাৱে উত্থাপন কৰে নে অসমৰ বিষয় তথা সমস্যাসমূহ ? বিগত আঢ়ৈ বছৰত এতিয়ালৈকে কোনগৰাকী অসমৰ লোকসভা(Assam Lok Sabha MP)ৰ সাংসদে কিমানবাৰ সংসদত ভাগ লৈছে আৰু কিমানটা প্ৰশ্ন সংসদত উত্থাপন কৰিছে ?
Poet Sananta Tanty Passes away : কাইলৈৰ দিনটো আমাৰ হোৱালৈ নৰ'ল কবি সনন্ত তাঁতিয়ে
কাইলৈৰ দিনটো আমাৰ হ'বৰ স্ৰষ্টা সনন্ত তাঁতিৰ দেহাৱসান (Poet Sananta Tanty Passes away) ৷ জটিল ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা বিশিষ্ট কবিগৰাকীয়ে ৬৯ বছৰ বয়সত বৃহস্পতিবাৰে নিশা ১.০৫ বজাত নিয়তিৰ ওচৰত হাৰ মানে ৷
municipal corporation polls in Tripura : শান্তিপূৰ্ণভাৱে অব্যাহত ভোটদান
ত্ৰিপুৰাৰ ৰাজ্যিক নিৰ্বাচন আয়োগে আগৰতলা পৌৰ নিগমকে ধৰি 20 খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেই অনুসৰি বৃহস্পতিবাৰৰ পুৱা 7 বজাৰ পৰা ৰাজ্যখনত আৰম্ভ হৈছে ভোটগ্ৰহণ(municipal corporation polls in Tripura) প্ৰক্ৰিয়া ৷
Former meghalaya CM mukul sangma joins TMC : 11 গৰাকী বিধায়কৰ সৈতে মুকুল চাংমাৰ TMC ত যোগদান
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ তৃণমূল কংগ্ৰেছত যোগদান(mukul sangma joins TMC) ৷ চাংমাৰ সৈতে দলটোত যোগদান কৰে অন্য 11 গৰাকী বিধায়কে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে মতানৈক্য ঘটাৰ বাবে TMC ত যোগদানৰ সন্দেহ প্ৰকাশ ৷
Lancet অধ্যয়নৰ সৈতে আছে ক'ভেক্সিনৰ ক্লিনিকেল পৰীক্ষাৰ সাদৃশ্য : Bharat Biotech
Lancet Infectious Diseases অধ্যয়ন সম্পৰ্কে মন্তব্য আগবঢ়াই ক'ভেক্সিনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়'টেকে কয় যে এই অধ্যয়ন আৰু তেওঁলোকৰ ক্লিনিকেল পৰীক্ষাৰ ফলাফলৰ মাজত সামঞ্জস্য আছে ।