কংগ্ৰেছৰ দিন বেয়া; জনপ্ৰিয়তা হেৰুৱাইছে নেকি ৰকিবুল হুছেইনেও !
পৌৰসভা নিৰ্বাচনৰ ফলাফলক লৈ হতাহগ্ৰস্ত বহু নিষ্ঠাবান কংগ্ৰেছ কৰ্মী । ৰাজ্যখনৰ লগতে গেৰুৱাময় হৈ পৰিল সমগ্ৰ নগাঁও । ২৬ টাকৈ ৱাৰ্ডেৰে গঠিত নগাঁও পৌৰসভাৰ ২৫ ৱাৰ্ডেই দখল কৰিবলৈ সক্ষম হৈছে বিজেপি, অগপ মিত্ৰজোঁটে (Nagaon municipality election)।
মহিলাসকলৰ আর্থ সামাজিক উন্নয়নত চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে : ৰণজিৎ দাস
৭৫ গৰাকী মহিলা হিতাধিকাৰীক সম্বর্ধনা (Minister Ranjeet Kumar Dass felicitates women beneficiaries) মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । আত্মসহায়ক গোটসমূহক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে ।
বিজেপি টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে: অখিল গগৈ
‘‘টকা, মদ, মাংস তথা বিজেপিৰ লেতেৰা ৰাজনীতিৰ সন্মুখত আমি হাৰিছোঁ ৷ বিজেপি টকাৰ জোৰত জয়ী হৈছে ৷’’ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi reacts on Assam election result) ৷
অখিল গগৈয়ে এটা ইচ্ছ্যুৰ ওপৰত খুউব বেছি ছমাহহে প্ৰতিবাদ কৰে: জয়ন্ত মল্ল বৰুৱা
‘‘অখিল গগৈতকৈ ডাঙৰ বাহুবলী অসমত নাই । অখিল গগৈয়ে 3ৰ পৰা 6 মাহৰ ভিতৰত ইচ্ছ্যু সলনি কৰি থাকে ৷ ’’ ইয়াৰ লগতে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সংবাদমেলযোগে কি কি ক’লে চাও আহক...
জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব কংগ্ৰেছ: হিমন্ত বিশ্ব শৰ্মা
কংগ্ৰেছ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa criticizes congress) ৷ ২০২৬ চনত কংগ্ৰেছ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷