অসম

assam

By

Published : Apr 5, 2019, 4:11 PM IST

ETV Bharat / state

মনোনয়নৰ তথ্যত ভুলৰ কথা স্বীকাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

অৱশেষত মুখ খুলিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই ৷ অধিবক্তাৰ ভুলৰ বাবে মনোনয়নৰ তথ্যত ভুল হোৱাৰ কথা স্বীকাৰ প্ৰাৰ্থীগৰাকীৰ

মনোনয়নৰ তথ্যত ভূলৰ কথা স্বীকাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

  • অধিবক্তাৰ ভুলৰ বাবে মনোনয়নৰ তথ্যত ভুল হোৱাৰ কথা স্বীকাৰ প্ৰাৰ্থীগৰাকীৰ
  • উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ বুলি মনোনয়নৰ শিক্ষাগত শিতানত উল্লেখ কৰিব নালাগিছিল বুলি স্বীকাৰ কুইন ওজাৰ
  • কিন্তু দাখিল কৰা সকলো তথ্য শুদ্ধ হোৱাৰ বাবে বাতিল নহ'ল মনোনয়ন পত্ৰ
  • পৰাজয়ৰ ভয়ত শিক্ষাগত অৰ্হতাকলৈ বিৰোধীয়ে অপ্ৰচাৰ চলোৱাৰ অভিযোগ কুইন ওজাৰ
  • বিৰোধীৰ অপ্ৰচাৰৰ বিৰুদ্ধে অধিবক্তা বিজন মহাজনৰ ক্ষোভ প্ৰকাশ
  • নিৰ্বাচনী আয়োগৰ ওচৰত বিৰোধীয়ে কোনো অভিযোগে দাখিল কৰা নাছিল বুলি মন্তব্য অধিবক্তা বিজন মহাজনৰ
    মনোনয়নৰ তথ্যত ভূলৰ কথা স্বীকাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

ABOUT THE AUTHOR

...view details