গুৱাহাটী, 11মে' :দেশৰ বিভিন্ন অঞ্চলৰ পৰা মঙলবাৰে অসমলৈ আহিব বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত অসমীয়া শ্ৰমিক । সোমবাৰে সাংবাদিকেৰে সৈতে হোৱা সাক্ষাৎকাৰত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মঙলবাৰৰ পৰা ৰাজ্যলৈ ওভতিব প্ৰব্ৰজিত অসমীয়া শ্ৰমিক
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিকসকলক দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ওভতাই অনা হ'ব । চেন্নাইৰ পৰা ১২ মে' ,আহমেদাবাদৰ পৰা ১৫ মে', বাংগালুৰৰ পৰা ১৮ মে', হাইদাৰবাদৰ পৰা ২১ মে' , কুচিৰ পৰা ২৪ মে'ত শ্ৰমিকসকলক ওভতাই অনাৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে ।
মঙলবাৰৰ পৰা ৰাজ্যলৈ ওভতিব প্ৰব্ৰজিত অসমীয়া শ্ৰমিক
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসমৰ বাহিৰত আৱদ্ধ শ্ৰমিকসকলক দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ওভতাই অনা হ'ব । চেন্নাইৰ পৰা ১২ মে' ,আহমেদাবাদৰ পৰা ১৫ মে', বাংগালুৰৰ পৰা ১৮ মে', হাইদাৰবাদৰ পৰা ২১ মে' , কুচিৰ পৰা ২৪ মে'ত শ্ৰমিকসকলক ওভতাই অনাৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । অৱশ্যে প্ৰবজিত শ্ৰমিক ৰাজ্যলৈ ওভতি অহাটো এক ডাঙৰ প্ৰত্যাহ্বান বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ কাৰ্বি আংলঙৰ অতিৰিক্ত উপায়ুক্তৰ !