গুৱাহাটীতস্থিত চিআৰপিএফৰ কম্পোচাইট হস্পিতালত দুদিনীয়াকৈ আয়োজন এইডছ্ আৰু এইছ আই বিৰ ওপৰত আলোচনা চক্ৰ ও কৰ্মশালা
গুৱাহাটী 9 মাইলস্থিত গ্ৰুপ চেণ্টাৰ চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত ৰাষ্ট্ৰীয় এইডছ্ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত আয়োজিত আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশ গ্ৰহণ কৰে উত্তৰ-পূবৰ চিআৰপিএফ, এনএজজি, আছাম ৰাইফলত কৰ্মৰত বহুকেইগৰাকী চিকিৎসকে ৷
গুৱাহাটীতস্থিত চিআৰপিএফৰ কম্পোচাইট হস্পিতালত দুদিনীয়াকৈ আয়োজন এইডছ্ আৰু এইছ আই বিৰ ওপৰত আলোচনা চক্ৰ ও কৰ্মশালা
গুৱাহাটী, 04 এপ্ৰিল: চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছে এইডছ্ আৰু এইছ আই বিৰ ওপৰত চিকিৎসকৰ এখন আলোচনা চক্ৰ আৰু কৰ্মশালা ৷ গুৱাহাটী 9 মাইলস্থিত গ্ৰুপ চেণ্টাৰ চিআৰপিএফৰ কম্পোচাইট হস্পিতাল গুৱাহাটীত ৰাষ্ট্ৰীয় এইডছ্ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত আয়োজিত আলোচনা চক্ৰ আৰু কৰ্মশালাত অংশ গ্ৰহণ কৰে উত্তৰ-পূবৰ চিআৰপিএফ, এনএজজি, আছাম ৰাইফলত কৰ্মৰত বহুকেইগৰাকী চিকিৎসকে ৷