অসম

assam

ETV Bharat / state

মহানগৰীত বন জুইৰ আতংক

একে সময়তে অগ্নিগৰ্ভা দুখনকৈ পাহাৰ

By

Published : Feb 26, 2019, 12:02 PM IST

Updated : Feb 26, 2019, 12:21 PM IST

বন জুইৰ আতংক

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: সোমবাৰে মহানগৰীত দুটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। একে সময়তে মহনগৰীৰ দুখনকৈ পাহাৰত অগ্নিসংযোগ হয়।

বন জুইৰ আতংক

আশ্বৰ্যজনক ভাৱেমহানগৰী নিশা সঞ্জীৱনী হস্পিতাল আৰু স্বাগত হস্পিতালৰ সমিপৱৰ্তী নিলাচল পাহাৰ আৰু মহানগৰৰ সাতমাইল APRO পথৰ দাঁতিত থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাহাৰত একেয়ময়তে অগ্নিসংযোগ হয়। অৱশ্যে এই বনজুইত কোনো লোক আহত হোৱা নাই । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানলৈকে এই বনজুইৰ কাৰণ জানিব পৰা হোৱা নাই । ইপিনে অগ্নিনিৰ্বাপক বাহিনীয়ে পাহাৰৰ এলেকাত বাস কৰা আবাসীকসকলে বাসগৃহৰ পাচ ফালে থকা জংঘল কাটি চাফচিকুণ কৰি ৰাখিবলৈ আহ্বান জনায়।

Last Updated : Feb 26, 2019, 12:21 PM IST

ABOUT THE AUTHOR

...view details