গুৱাহাটী,১২ জুনঃ বুধবাৰে পঞ্চম মৃত্যু বাৰ্ষিকী পালন কৰা হয় সুৰকাৰ, গীতিকাৰ খগেন মহন্তৰ । মৃত্যু তিথি উপলক্ষে কলাক্ষেত্ৰৰ সমাধিক্ষেত্ৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। একাংশ অনুৰাগীৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বহু গুণমুগ্ধই শ্ৰদ্ধা নিবেদন কৰে প্ৰয়াত গণশিল্পীগৰাকীৰ সমাধিস্থলীত ৷
বিহু সম্ৰাট খগেন মহন্তৰ পঞ্চম মৃত্যুবাৰ্ষিকী উদযাপন - etv_assam
গণশিল্পী খগেন মহন্তৰ মহাপ্ৰয়ানৰ ৫ টা বছৰ সম্পূৰ্ণ । মৃত্যু তিথি উপলক্ষে কলাক্ষেত্ৰৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

বিহু সম্ৰাট খগেন মহন্তৰ পঞ্চম মৃত্যুবাৰ্ষিকী
কিন্তু তাৰ মাজতে পৰিতাপৰ কথা এইয়ে যে, শাসনাধীষ্ঠ চৰকাৰখনে এবাৰলেও মনত নেপেলালে শিল্পী গৰাকীক । প্ৰয়াত শিল্পী গৰাকীকলৈ ৰজাঘৰৰ এনে আওকণীয়া মনোভাৱক লৈ প্ৰশ্ন তুলিছে বহুজনে ৷