অসম

assam

ETV Bharat / state

গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি

By

Published : Dec 12, 2019, 2:37 PM IST

Updated : Dec 12, 2019, 5:31 PM IST

GUWAHATI POLICE TRANSFER BREAKING
গুৱাহাটীৰ আৰক্ষী আয়ুক্তক বদলি

14:24 December 12

আইন শৃংখলা ৰোধৰ ব্যৰ্থতাৰ অভিযোগ দীপক কুমাৰৰ বিৰুদ্ধে

জাননী
  • গুৱাহাটীৰ আৰক্ষী আয়ুক্ত  দীপক কুমাৰক বদলি 
  • আইন শৃংখলা ৰক্ষা কৰাত ব্যৰ্থ আৰক্ষী আয়ুক্ত
  • তৎতকালীভাৱে বদলি কৰা হৈছে দীপক কুমাৰক 
  • দীপক কুমৰাৰৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে আই পি এছ বিষয়া মুন্না প্ৰসাদ গুপ্তাক
  • গুৱাহাটীত চলি থকা প্ৰতিবাদ ৰোধ কৰিব পৰা নাছিল আৰক্ষী আয়ুক্ত গৰাকীয়ে 
  • কেবাজনো ডিচিপিকো বদলি কৰা হৈছে গুৱাহাটীৰ পৰা 
  • ইফালে দুই এদিনতে অমিত শ্বাহ আহিব অসম আৰু মেঘালয়লৈ
  • ইন্দো জাপান সন্মিলন অনুষ্ঠিত হ'ব অসমতে 
  • পূৰ্বে এই সন্মিলন বাতিল কৰা হৈছিল 
  • চৰকাৰে সলনি কৰিছে সিদ্ধান্ত 
Last Updated : Dec 12, 2019, 5:31 PM IST

ABOUT THE AUTHOR

...view details