অসম

assam

ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত সন্মিলিত নাগৰিক মঞ্চৰ প্ৰতিবাদ - ৰ'টাৰী ক্লাৱ

কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত প্ৰতিবাদ ৷ সন্মিলিত নাগৰিক মঞ্চই সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ কৃষি আইন বাতিল কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ৷

farmar-protest-in-guwahati
কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত সন্মিলিত নাগৰিক মঞ্চৰ প্ৰতিবাদ

By

Published : Nov 29, 2020, 3:29 PM IST

গুৱাহাটী, 29 নৱেম্বৰ :শেহতীয়াকৈ কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধিতাৰে দেশত অব্যাহত আছে উত্তাল প্ৰতিবাদ । দেশৰ ৰাজধানী দিল্লীত উক্ত কৃষি আইনৰ বিৰোধিতাৰে লাখ লাখ লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ আনকি, প্ৰতিবাদৰ সময়ছোৱাত খণ্ড যুদ্ধতো মিলিত হৈছে প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষী ৷

প্ৰতিবাদকাৰীৰ মন্তব্য

দিল্লীৰ দৰে ৰাজ‍্যৰ সমান্তৰালকৈ মহানগৰীৰ ৰ'টাৰী ক্লাৱত সন্মিলিত নাগৰিক মঞ্চই সাব্যস্ত কৰিছে গণতান্ত্ৰিক প্ৰতিবাদ । প্ৰতিবাদৰ কালছোৱাত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰাৰ লগতে আগন্তুক দিনত চৰকাৰে কৃষি আইন বাতিল নকৰিলে ইয়াতকৈ আৰু ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

ৰ'টাৰী ক্লাৱৰ প্ৰতিবাদৰ দৃশ্য

লগতে পঢ়ক :21ৰ' নিৰ্বাচনত বিপিএফৰ সংগ এৰিব বিজেপিয়ে : হিমন্তৰ ইংগিত

ABOUT THE AUTHOR

...view details