- ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ !
- অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ প্ৰাক্তন সভাপতি আৰু ৰাজ্যসভাৰ 'চীফ হুইপ' আছিল ভুৱনেশ্বৰ কলিতা ৷
- সঞ্জয় সিঙৰ পাচত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা ভুৱনেশ্বৰ কলিতা হৈছে দ্বিতীয় গৰাকী সাংসদ ৷
- ভুৱনেশ্বৰ কলিতাৰ পদত্যাগ সন্দৰ্ভত বৰ্তমানেও অন্ধকাৰত আছে কংগ্ৰেছ ৷
- প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছৰ নেতাসকলেও সংবাদ মাধ্যমযোগ হে জানিব পাৰিছে এই কথা৷
ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ - পদত্যাগ
ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ ভুৱনেশ্বৰ কলিতাৰ !
BHOBENASWAR RESIGN