গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শণিবাৰে দেশৰ সাধাৰণ বাজেট দাখিল কৰাৰ পিছত অসম বিধানসভাৰো বাজেট অধিৱেশনৰ দিন ঘোষণা কৰা হৈছে । সেই অনুসৰি ২ মাৰ্চৰ পৰা অনুষ্ঠিত হব অসম বিধানসভাৰ বাজেট অধিবেশন । প্ৰায় এমাহজুৰি এই অধিবেশন চলিব । ৪ মাৰ্চত বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধানসভাত ২০২০ - ২০২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব ।
২ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন
৪ মাৰ্চত বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিধানসভাত ২০২০-২০২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব ।
২ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন