অসম

assam

ETV Bharat / state

ৰাজ্যত অনুভূত হ'ল ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্প

ৰাজ্যক জোকাৰি গ'ল ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই ৷ সন্ধিয়া ৬ বাজি ১৭ মিনিটত এই জোঁকাৰণী অনুভূত হয় ৷

By

Published : Feb 8, 2020, 7:05 PM IST

৫.১ ৰিখটাৰ স্কেল
ৰাজ্যত ভূমিকম্পৰ জোঁকাৰণী

দক্ষিণ কামৰূপ/আজাৰা, 8 ফেব্ৰুৱাৰী : সন্ধিয়া ৬ বাজি ১৭ মিনিটত ৰাজ্যত অনুভূত হ'ল ভূমিকম্পৰ জোঁকাৰণী ৷ ৫.১ ৰিখটাৰ স্কেলত প্ৰায় ২০ ছেকেণ্ড ধৰি অনুভূত হয় এই জোঁকাৰণী ।

৫.১ ৰিখটাৰ স্কেলত ভূমিকম্প
উৎপত্তিস্থল পশ্চিম গুৱাহাটী

এই ভূমিকম্পৰ উৎপত্তিস্থল গুৱাহাটীৰ পৰা পশ্চিম দিশে ৮৬ কি.মি. নিলগত বুলি জানিব পৰা গৈছে । এই ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই ৷

আৰু পঢ়ক : পেঙেৰী ধৰ্ষণকাণ্ড: আটাইকেইজন অভিযুক্তৰ শাস্তিৰ দাবীত মহিলাৰ বৃহৎ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details