তিতাবৰ, 24 এপ্ৰিল : তিতাবৰ আৰক্ষীৰ বৃহৎ সফলতা । বৃহস্পতিবাৰে নিশা তিতাবৰৰ বিৰিনাশায়েক অঞ্চলৰ পৰা এজন NSCN কেডাৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত NSCN কেডাৰজনৰ নাম নয়াব কন্যাক বুলি জানিব পৰা গৈছে ।
তিতাবৰত গ্ৰেপ্তাৰ NSCN কেডাৰ
বৃহস্পতিবাৰে নিশা তিতাবৰ আৰক্ষীৰ তৎপৰতাত এজন NSCN কেডাৰ গ্ৰেপ্তাৰ হয় ৷ NSCN কেডাৰজনৰ পৰা 2টা পইণ্ট22 পিষ্টলসহ,এটা মেগজিন আৰু 2টা মোবাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ কেডাৰজনৰ নাম নয়াব কন্যাক বুলি জানিব পৰা গৈছে ।
তিতাবৰত গ্ৰেপ্তাৰ NSCN কেডাৰ
লগতে পঢ়ক : গোলাঘাটত চাৰি বাঘ হত্যাকাৰীক গ্ৰেপ্তাৰ