অসম

assam

By

Published : Mar 10, 2021, 1:06 PM IST

Updated : Mar 10, 2021, 2:00 PM IST

ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত জব্দ লক্ষাধিক টকা

নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে যোৰহাটৰ মালৌ আলিত বৃহৎ ৰাশিৰ নগদ ধন জব্দ ৷ আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িংস্কোৱাড 4ৰ যৌথ অভিযানত জব্দ কৰে ধনখিনি ৷ অৰূপ বৰুৱা নামৰ এজন লোকে AS-03-H-0169নম্বৰৰ এখন wagonr বাহনেৰে ধনখিনি লৈ গৈ থকা অৱস্থাত জব্দ কৰে ধনখিনি ৷

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত জব্দ লক্ষাধিক টকা
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত জব্দ লক্ষাধিক টকা

যোৰহাট,10 মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে যোৰহাটৰ মালৌ আলিত বৃহৎ ৰাশিৰ নগদ ধন জব্দ ৷ আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িংস্কোৱাড 4ৰ যৌথ অভিযানত জব্দ কৰে ধনখিনি ৷ অৰূপ বৰুৱা নামৰ এজন লোকে AS-03-H-0169নম্বৰৰ এখন wagonr বাহনেৰে ধনখিনি লৈ গৈ থকা অৱস্থাত জব্দ কৰে ধনখিনি ৷

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত জব্দ লক্ষাধিক টকা

উল্লেখ্য যে, নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাত উপযুক্ত নথি-পত্ৰ অবিহনে অধিক নগদ ধন সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা আছে ৷ সম্প্ৰতি বৃহৎ পৰিমাণৰ টকা খিনি লোকজলে কিয় আনিছিল সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা

Last Updated : Mar 10, 2021, 2:00 PM IST

ABOUT THE AUTHOR

...view details