অসম

assam

By

Published : Sep 30, 2020, 11:03 AM IST

Updated : Sep 30, 2020, 1:17 PM IST

ETV Bharat / state

৫ অক্টোবৰ লৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান

Jorhat Session judge will give the virdict of Dr. Deben Dutta murder case
আজি প্ৰদান কৰা হ’ব ড৹ দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়

10:46 September 30

৫ অক্টোবৰ লৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান ৷ পূৰ্বে বুধবাৰে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে টিয়কৰ চিকিৎসক দেবেন দত্তৰ হত্যাৰ চূড়ান্ত ৰায় প্ৰদানৰ ঘোষণা কৰিছিল ৷

৫ অক্টোবৰ লৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান

টিয়ক, 30 ছেপ্তেম্বৰ :৫ অক্টোবৰলৈ স্থগিত ৰখা হ’ল ডাঃ দেবেন দত্তৰ হত্যাৰ ৰায়দান ৷ পূৰ্বে বুধবাৰে যোৰহাট সত্ৰ ন্যায়াধীশ আদালতে টিয়কৰ চিকিৎসক দেবেন দত্তৰ হত্যাৰ চূড়ান্ত ৰায় প্ৰদানৰ ঘোষণা কৰিছিল যদিও পুনৰ 5 অক্টোবৰলৈ স্থগিত ৰখা হয় ৰায়দান প্ৰক্ৰিয়া ৷ এবছৰ পূৰ্বে টিয়কত কৰ্মৰত অৱস্থাতে গণহত্যাৰ বলি হৈছিল ডাঃ দেবেন দত্ত ৷

একাংশ শ্ৰমিকে চাহ শ্ৰমিকে বাগিচাৰ চিকিৎসালয়ৰ ভিতৰতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল চিকিৎসকগৰাকীক ৷ যোৰহাট আৰক্ষীয়ে তৎকালীনভাৱে মাত্ৰ ২২ দিনৰ ভিতৰতে হত্যাকাণ্ডটোৰ সৈতে জড়িত ৩২ জনকৈ লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ৷ আনহাতে কিছুদিন পূৰ্বে কাৰাগাৰতে মৃত্যু হয় হত্যাকাণ্ডৰে জড়িত গোকুল মাঝি নামৰ অভিযুক্তজনৰ ৷

লগতে পঢ়ক-মানিকপুৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনি

Last Updated : Sep 30, 2020, 1:17 PM IST

ABOUT THE AUTHOR

...view details