অসম

assam

By

Published : May 2, 2020, 3:03 PM IST

Updated : May 2, 2020, 5:10 PM IST

ETV Bharat / state

লক্ ডাউনৰ মাজতে যোৰহাটত বৃহৎ পৰিমাণৰ গুটখা জব্দ যোৰহাট আৰক্ষীৰ

লক্ ডাউনৰ বাবে গুটখা সম্পূৰ্ণ বিক্ৰী নিষিদ্ধ কৰাৰ পিছতো অধিক দামত একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আছে গুটখাৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে নিশা যোৰহাটৰ ডি.এচ.পি হেডকোৱাটাৰ আৰু যোৰহাট যান বাহন আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা ৷

jorhat people seized Gutkha at jorhat
লক্ ডাউনৰ মাজতে যোৰহাটত বৃহৎ পৰিমাণৰ গুটখা জব্দ যোৰহাট আৰক্ষীৰ

যোৰহাট,2 মে'ঃ শুকুৰবাৰে নিশাযোৰহাটত জব্দ বৃহৎ পৰিমানৰ গুটখা ৷ যোৰহাটৰ ডি.এচ.পি হেডকোৱাটাৰ আৰু যোৰহাট যান-বাহন আৰক্ষীৰ সহযোগত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গুটখা ৷ গুটখাখিনিৰ লগতে আটক কৰে বিজয় দাস আৰু পাপন দাস নামৰ দুজন ব্যৱসায়ীক ৷ যোৰহাটৰ ৰে'লৱে ষ্টেচনৰ সমীপৰ বাঁছবাড়ীৰ এটা ঘৰত ব্যৱসায়ীকেইজনে মজুত কৰি ৰখিছিল বৃহৎ পৰিমান গুটখাখিনি ৷ পিছত গুটখাখিনি ছীল কৰি দিয়া হয় জিলা দণ্ডাধীশৰ উপস্থিতিত ৷

লক্ ডাউনৰ মাজতে যোৰহাটত বৃহৎ পৰিমাণৰ গুটখা জব্দ যোৰহাট আৰক্ষীৰ
Last Updated : May 2, 2020, 5:10 PM IST

ABOUT THE AUTHOR

...view details