অসম

assam

By

Published : Feb 7, 2021, 6:11 PM IST

ETV Bharat / state

যোৰহাট চহৰত এজন ব্যৱসায়ীৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ ৰাজহুৱা শৌচাগাৰ

যোৰহাট জিলাৰ সদৰৰ এগৰাকী ব্যৱসায়ী হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ব্যক্তিগত প্ৰচেষ্টাৰে আনন্দ আগৱৰৱালা নামৰ ব্যক্তিজনে নিৰ্মাণ কৰে এটা ৰাজহুৱা শৌচাগাৰ ৷

a-businessman-built-a-public-toilet-in-jorhat-city-
যোৰহাট চহৰত এজন ব্যৱসায়ীৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ ৰাজহুৱা শৌচাগাৰ

যোৰহাট, 7 ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ সদৰৰ এগৰাকী ব্যৱসায়ী হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ব্যক্তিগত প্ৰচেষ্টাৰে আনন্দ আগৱৰৱালা নামৰ ব্যক্তিজনে নিৰ্মাণ কৰে এটা ৰাজহুৱা শৌচাগাৰ ৷ যোৰহাট নগৰৰ পুৰণি এএচটিচি কাৰ্যালয়ত চৌহদত নিৰ্মাণ কৰা হৈছে এই শৌচাগাৰটো ৷

যোৰহাট চহৰত এজন ব্যৱসায়ীৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ ৰাজহুৱা শৌচাগাৰ

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা শৌচাগাৰটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ মকুলি কৰে যোৰহাট বিধান সভাৰ সমষ্টিৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷ অনুষ্ঠানত কেইবাজানো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন:উদ্ধাৰ অভিযান অব্য়াহত

ABOUT THE AUTHOR

...view details