অসম

assam

By

Published : May 6, 2019, 5:15 PM IST

ETV Bharat / state

লংকা ৰে'ল ষ্টেচনত যুৱকৰ আত্মহত্যা

ডিঙিত চিপ লৈ আত্মহত্যা কৰে সূৰ্য্য বাচফ নামৰ লোকজনে ৷

লংকা ৰে'ল ষ্টেচনত যুৱকৰ আত্মহত্যা

হোজাই, 6 মে' : লংকা ৰে'ল ষ্টেচনত ডিঙিত চিপ লৈ এজনৰ আত্মহত্যা ৷ ষ্টেচনটোৰ নিৰ্মীয়মান ট্ৰলী কোঠাত সোমবাৰে আত্মহত্যা কৰে সূৰ্য্য বাচফ নামৰ লোকজনে ৷

লংকা ৰে'ল ষ্টেচনত যুৱকৰ আত্মহত্যা

সোমবাৰে পুৱা ট্ৰলী কোঠাত লোকজনৰ মৃতদেহ ওলমি থকা দেখা পায় ৰে'ল আৰক্ষীক খবৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো ৷ লোকজনৰ আত্মহত্যাৰ কাৰণ বৰ্তমানও জানিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷

ABOUT THE AUTHOR

...view details