অসম

assam

By

Published : Dec 31, 2019, 5:28 PM IST

ETV Bharat / state

হোজাইত উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ

হোজাইত বন বিভাগৰ সাফল অভিযান ৷ উদ্ধাৰ পাঁচোটাকৈ কেঁকো সাপ আৰু এডাল ফেঁটী সাপ ।

হোজাইত উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ
হোজাইত উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ

হোজাই, 31 ডিচেম্বৰ:ৰাজ্যত অব্যাহত আছে চোৰাং বন্যপ্ৰাণী সৰবৰাহ কাৰ্য ৷ হোজাইত উদ্ধাৰ পাঁচটাকৈ কেঁকো সাপ সহ এডাল ফেঁটী সাপ ৷ হোজাই মিছন ৰোডৰ এটা পৰিত্যক্ত ঘৰৰ পৰা বন বিভাগে উদ্ধাৰ কৰে কেঁকো আৰু ফেঁটী সাপটো ৷

উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ

কোনো দুষ্কৃতিকাৰীয়ে বিক্ৰী কৰিবৰ বাবে ৰাখি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ৷ পিচত বন বিভাগে উদ্ধাৰ কৰি হোজাইৰ ছালবাগান বনাঞ্চলত এৰি দিয়ে সাপকেইটা ৷ অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷

ABOUT THE AUTHOR

...view details