অসম

assam

By

Published : Dec 20, 2019, 8:33 PM IST

ETV Bharat / state

হোজাই জিলাত বিধ্বংসী অগ্নিকাণ্ডঃ 10 লক্ষাধিক টকাৰ সম্পত্তি ভষ্মীভূত

হোজাই জিলাৰ লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড
লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড

হোজাই, 20 ডিচেম্বৰ:হোজাই জিলাৰ লংকা পিয়লি বজাৰত বিধ্বংসী অগ্নিকাণ্ড৷ জুইত জাহ গ'ল চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰায়10 লক্ষাধিকটকাৰ সম্পত্তি জাহ যায় এই অগ্নিকাণ্ডত ৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও, শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, অগ্নিকাণ্ডৰ বহু সময় পিচতহে অগ্নিনিৰ্বাপক বাহিনীৰ লোক অহাৰ অভিযোগ অঞ্চলবাসীৰ ৷

হোজাই জিলাত বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details