- হোজাইত চলন্ত ৰে’লত উদ্ধাৰ যুৱকৰ মৃতদেহ
- উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত উদ্ধাৰ মৃতদেহটো
- মৃত যুৱকজন আগৰতলাৰ কাঠালিৰ ৰাজীৱ চৰকাৰ বুলি চিনাক্ত
- কলকাতাৰ পৰা আগৰতলালৈ যাত্ৰা কৰাৰ পথতে মৃত্যু হয় যুৱকজনৰ
- ভাতৃৰ সৈতে যাত্ৰা কৰিছিল ৰাজীৱ চৰকাৰে
- বৰ্তমান পৰ্যন্ত জানিব পৰা নাই যুৱকজনৰ মৃত্যুৰ কাৰণ
- হোজাই ৰে’ল ষ্টেচনত ৰখা হৈছে মৃতদেহ
- ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
হোজাইৰ চলন্ত ৰে’লত মৃতদেহ উদ্ধাৰ
উজনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত উদ্ধাৰ মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো আগৰতলাৰ ৰাজীৱ চৰকাৰৰ বুলি জানিব পৰা গৈছে ৷
হোজাইৰ চলন্ত ৰে’লত মৃতদেহ