অসম

assam

By

Published : Feb 23, 2020, 11:33 PM IST

ETV Bharat / state

লংকা পূৱ ভালুকমাৰীত ATM ত লুটপাট

SBI ATM ত চোৰৰ শেন চকু ৷ হোজাই জিলা লংকা পূৱ ভালুকমাৰীত চুৰে চলালে ATM ত লুটপাট ।

লংকা পূৱ ভালুকমাৰীত ATM ত লুটপাট
লংকা পূৱ ভালুকমাৰীত ATM ত লুটপাট

হোজাই, 23 ফেব্ৰুৱাৰীঃ হোজাই জিলা লংকা পূৱ ভালুকমাৰীৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা SBI ATM ত চোৰে চলালে চাফাই অভিযান । ATM লুটিবলৈ আহি চুৰে অগ্নিসংযোগ কৰিলে ATM তথা CCTV কেমেৰাত ৷ বৰ্তমান লৈকে ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ।

লংকা পূৱ ভালুকমাৰীত ATM ত লুটপাট

স্থানীয় লোকৰ ভাষ্য অনুসৰি প্ৰায় এক সপ্তাহ ধৰি উক্ত ATM টো বিকল হৈ আছিল ৷ এই ঘটনাৰ পাচতেই ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখে ৷

ABOUT THE AUTHOR

...view details