অসম

assam

গৌতম ৰয়ৰ বিজেপিত যোগদানঃ উত্তপ্ত হাইলাকান্দিৰ বিজেপি কাৰ্যালয়

By

Published : Aug 13, 2019, 4:47 PM IST

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ

হাইলাকান্দিত ৰাজনৈতিক দুই

  • প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ বিজেপিত যোগদানকলৈ হাইলাকান্দিত প্ৰতিবাদ ।
    হাইলাকান্দিত ৰাজনৈতিক দুই
  • বিজেপি ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণী ভূষণ শৰ্মাৰ সম্মুখতে প্ৰতিবাদ বিজেপি কৰ্মীৰ ।
  • দলীয় কৰ্মীৰ প্ৰতিবাদত উত্তাল হাইলাকান্দিৰ জিলা বিজেপি কাৰ্যালয় ।
  • প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক বিজেপিত অন্তৰ্ভুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ সাধাৰণ কৰ্মীৰ সকলে ।
  • জিলা সভাপতি সুব্ৰত নাথৰ পদত্যাগ দাবী কৰে সাধাৰণ কৰ্মী সকলে ।

ABOUT THE AUTHOR

...view details