অসম

assam

By

Published : May 31, 2020, 9:25 AM IST

ETV Bharat / state

হাইলাকান্দিত একেদিনাই 20 গৰাকী আক্ৰান্ত কৰ'ণা ভাইৰাছত

হাইলাকান্দি জিলাত একেদিনাই ২০ গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত ৷ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৯ গৰাকী ৷

জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৩৯ গৰাকী
হাইলাকান্দিত একেদিনাই 20 গৰাকী আক্ৰান্ত কৰ'ণা ভাইৰাছত

হাইলাকান্দি, 31 মে': হাইলাকান্দি জিলাত শনিবাৰে নতুনকৈ 20 গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হ'ল ৷ ইয়াৰ ভিতৰত আছে 17 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা । ইয়াৰ ফলত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 39 গৰাকীলৈ বৃদ্ধি হয় ।

হাইলাকান্দিত একেদিনাই 20 গৰাকী আক্ৰান্ত কৰ'ণা ভাইৰাছত

আক্ৰান্ত 20 গৰাকীৰ 16 গৰাকী কোৱাৰেন্টাইন কেন্দ্ৰত থকাৰ পৰিৱৰ্তে 4 গৰাকী হোম কোৱাৰেন্টাইনত আছিল । তেওঁলোকক হাইলাকান্দি এচ. কে. ৰায় অসামৰিক হাস্পতালত ভৰ্তি কৰা হয় । আক্ৰান্ত সকলো লোকেই বহিঃৰাজ্যৰ পৰা অসমত উপস্থিত হৈছিল ৷

ABOUT THE AUTHOR

...view details