অসম

assam

ETV Bharat / state

নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 1

ঘটনাস্থলীতে মৃত্যু হয় গোলাঘাট চফেলা বাগানৰ দেৱাষীশ তিৰ্কী নামৰ লোকজনৰ ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় নাৰায়ণপুৰৰ বিৰচা কুজুৰ নামৰ লোকজন ৷

By

Published : Jul 18, 2019, 12:02 PM IST

নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 1

গোলাঘাট, 18 জুলাইঃ গোলাঘাটৰ নুমলীগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা | থিতাতে নিহত এজন ৷ বুধবাৰে নিশা মটৰ চাইকেলেৰে দুজন লোক বোকাখাতৰ দিশৰ পৰা আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে | যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় গোলাঘাট চফেলা বাগানৰ দেৱাষীশ তিৰ্কী নামৰ লোকজনৰ ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় নাৰায়ণপুৰৰ বিৰচা কুজুৰ নামৰ লোকজন ৷

নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 1

আহত বিৰচা কুজুৰ স্থানীয় ৰাইজৰ তৎপৰতাত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ৷

ABOUT THE AUTHOR

...view details