অসম

assam

ETV Bharat / state

গোলাঘাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

বাসগৃহৰ লগতে ভাঙি লণ্ডভণ্ড কৰিলে এখন চাৰিচকীয়া বাহন

By

Published : Mar 24, 2019, 6:07 PM IST

Updated : Mar 24, 2019, 7:13 PM IST

হাতীৰ উপদ্ৰৱ

  • গোলাঘাটৰ মৰঙিতঅব্যাহত আছে হাতী মানুহৰ সংঘাত
  • বাসগৃহৰ লগতে ভাঙি লণ্ডভণ্ড কৰিলে এখন চাৰিচকীয়া বাহন
  • দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰৱ
  • হাতীৰ শংকাত উজাগৰী নিশা কটাইছে অঞ্চলবাসীয়ে
  • মৰঙিৰ মুৰফুলনী অঞ্চলত শনিবাৰে নিশা এটা বৃহৎ বন্যহস্তীৰ জাকে ওৰে নিশা চলাইউপদ্ৰৱ
  • খাদ্যৰ সন্ধানত বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে স্থানীয় মনোৰাম গগৈ নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে
  • লগতে এখন চাৰিচকীয়া বাহনো ভাঙি অনিষ্ট কৰে হাতীৰ জাকটোৱে
  • ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই যদিও কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ
    গোলাঘাটত হাতীৰ উপদ্ৰৱ
Last Updated : Mar 24, 2019, 7:13 PM IST

ABOUT THE AUTHOR

...view details